psychopathicPteromyini

Psychotria denticulata (English)
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2023-07-02
1. Plants(Common Noun-Neuter) A kind of shrub that grows primarily in wet tropical regions including Assam, adjoining states of northeast India and Nepal. এবিধ সৰু জোপোহাজাতীয় উদ্ভিদ৷ সাধাৰণতে অসম আৰু দাঁতি-কাষৰীয়া ৰাজ্যসমূহ, নেপাল আদি উষ্ণ আৰু আৰ্দ্ৰ জলবায়ু অঞ্চলত পোৱা যায়৷